Public App Logo
Jansamasya
National
Andhrapradesh
���हात्मा_गांधी
���ांधी_जयंती
Gandhijayanti
Digitalindia
Fisheries
Nfdp
Pmmsy
Swasthnarisashaktparivar
Delhi
Vandebharatexpress
Didyouknow
Shahdara
New_delhi
South_delhi
Worldenvironmentday
Beattheheat
Beatncds
Stopobesity
Hiv
Aidsawareness
Oralhealth
Mentalhealth
Seasonalflu
Worldimmunizationweek
Healthforall
Sco

ওদালগুৰি: গৰুবান্ধাত গাড়ীয়ে খুন্দিয়াই আহত কৰে এটি বান্দৰ পোৱালি, আহত বান্দৰটো উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰে প্ৰকৃতিপ্ৰেমীয়ে

Udalguri, Udalguri | Oct 10, 2025
জিলা খনৰ কলাইগাঁওৰ সমীপৰ গৰুবান্ধাত বান্দৰ পোৱালি এটি চাৰিচকীয়া বাহনে খুন্দিয়াই গুৰুতৰভাৱে আহত কৰে। ইপিনে আহত হোৱা বান্দৰ পোৱালিটো প্ৰকৃতিপ্ৰেমী কমলেশ্বৰ ৰাভা , জয়ন্ত কুমাৰ দাস, বিপ্লৱ ডেকা আৰু সাংবাদিক প্ৰাঞ্জল চহৰীয়াই উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰে। বান্দৰ পোৱালিটো বৰ্তমানো সংকট জনক অৱস্থাত আছে বুলি প্ৰকৃতিপ্ৰেমী জ‌য়ন্ত কুমাৰ দাসে জানিব দিয়ে।

MORE NEWS