মানকাচৰ: কলেজ এৰি প্ৰতিবাদত নামিল হাটশিঙিমাৰী মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, নাম ভৰ্তিৰ নামত বৃহৎ পৰিমাণৰ ধন লোৱাৰ অভিযোগ বিৰুদ্ধে
সোমবাৰে দিনৰ ১২ বজাত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰী মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে আজি পাঠ গ্ৰহণ এৰি হাটশিঙিমাৰী জিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত অধ্যক্ষৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷হাটশিঙিমাৰী মহাবিদ্যালয়ৰ প্ৰায় দুই শতাধিক ছাত্ৰছাত্ৰী হাতে হাতে প্লেকাৰ্ড লৈ ধনৰ বিনিময়ত নাম ভৰ্তি বন্ধ কৰক আদি বিভিন্ন শ্লোগানেৰে সাব্যস্ত কৰে প্ৰতিবাদ