Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Bihar
India
कांग्रेस
बीजेपी
Uttar_pradesh
Congress
Modi
Delhi
Viral
Crime
शिक्षा
शराब
पेट्रोल
Up
दिल्ली
Breakingnews
महिला
Narendramodi
Madhya_pradesh
Mp
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
स्कूल

গোৰেশ্বৰ ভাগ: গোৰেশ্বৰত বিজেপিৰ বিজয় সংকল্প সভাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

Goreswar Part, Baksa | Aug 9, 2025
শনিবাৰে দিনৰ ৩ মান বজাত বিটিআৰৰ গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ গোৰেশ্বৰ বেঙেনাআটি সত্ৰ খেল পথাৰত অনুষ্ঠিত হয় বিজেপিৰ বিজয় সংকল্প যাত্ৰা।সংকল্প দিৱসৰ কাৰ্যসুচীত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।লগতে উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক সভাপতি দিলিপ শইকীয়া মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা বিজেপি নেতা ৰাতুল শৰ্মাই।সভাত কেবা হাজাৰ বিজেপি কৰ্মী সমৰ্থক উপস্থিত থাকে।

MORE NEWS