ধুবুৰী ভাগ: গৌৰীপুৰ ৰূপচীত সন্দেহ জনক মাংস উদ্ধাৰক কেন্দ্ৰ কৰি উত্তাপ্ত পৰিস্থিতি
গৌৰীপুৰ ৰূপচিত সন্দেহ জনক মাংস উদ্ধাৰক কেন্দ্ৰ কৰি উত্তাপ্ত পৰিস্থিতি সৃষ্টি হয়। পুৱাই বাসবাৰীৰ পৰা গৌৰীপুৰ সংযোগী পথত ৰূপচীত উদ্ধাৰ হয় সন্দেহ জনক মাংস।পথৰ মাজত মাংসৰ টুকুৰা পৰি থকা ৰাইজে প্ৰত্যেক কৰি ৰূপচি আৰক্ষীক খবৰ দিয়ে।