ধুবুৰী ভাগ: কচুৱাৰ খাছত কংগ্ৰেছৰ সভা অনুষ্ঠিত,উপস্থিত জিলা কংগ্ৰেছৰ প্ৰাঃ সভাপতি
৮ নং ধুবুৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত কচুৱাৰখাছ অঞ্চলত কংগ্ৰেছৰ এখন সভা অনুষ্ঠিত হয় । উক্ত সভাত উপস্থিত থাকে ধুবুৰী জিলা কংগ্ৰেছৰ প্ৰাঃ সভাপতি আবেদুৰ জামান জুৱেল, ধুবুৰী জিলা কংগ্ৰেছৰ কেইবাগৰাকী বিষয়ববীয়াা লগতে উক্ত অঞ্চলৰ কংগ্ৰেছ কৰ্মী আৰু স্থানীয় ৰাইজ উপস্থিত থাকি সমাগত ২০২৬ চনৰ বিধানসভা নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰা হয়।