ধুবুৰী আটানী বল্কৰ কাজাইকাটা মণ্ডলৰ উদ্যোগত এটা সাংগঠনিক সভাৰ আয়োজন কৰা হয়। উক্ত সভাত উপস্থিত থাকে মণ্ডল কংগ্ৰেছৰ সভাপতি,মুজিবৰ ৰহমান ডাঙৰীয়া,জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক, মস্তাফিযুৰ ৰহমান, ডাঙৰীয়া, মিজানুৰ ৰহমান ডাঙৰীয়া, কেইবাজন আঞ্চলিক পঞ্চায়তৰ সদস্য (