শিৱসাগৰ: অ এন জি চিৰ আৱাসিক এলেকাৰ এটা বাসগৃহৰ পৰা উদ্ধাৰ শিশু শ্ৰমিক
শিৱসাগৰৰ অ এন জি চিৰ আৱাসিক এলেকাৰ এটা বাসগৃহৰ পৰা উদ্ধাৰ শিশু শ্ৰমিক । দণ্ডাধীশৰ উপস্থিতিত শিশু কল্যাণ সমিতিয়ে উদ্ধাৰ কৰে শিশু শ্ৰমিক গৰাকীক লুকুৱাই থোৱাৰ অৱস্থাত । শিশু শ্ৰমিক গৰাকীক উদ্ধাৰ কৰি ইতিমধ্যে যাৱতীয় আইনী ব্যৱস্থা হাতত লৈছে শিশু কল্যাণ সমিতিয়ে ।