দিছপুৰ: জুবিন গাৰ্গৰ ৰৈ,ৰৈ বিনালে চাই বিধায়ক অখিল গগৈ প্ৰতিক্ৰিয়া, সকলোৱে চাওক এইখন ছবি,লগতে ন্যায় দিয়ক জুবিন গাৰ্গক
জুবিন গাৰ্গৰ ৰৈ,ৰৈ বিনালে চাই বিধায়ক অখিল গগৈ প্ৰতিক্ৰিয়া, সকলোৱে চাওক এইখন ছবি,লগতে ন্যায় দিয়ক জুবিন গাৰ্গক। চৰকাৰক সমগ্ৰ ঘটনা ভাল দৰে তদন্ত কৰিবলৈ আহবান।