দিছপুৰ: চচলত সদৌ অসম প্রাদেশিকীকৃত মধ্য ইংৰাজী আৰু নিম্ন প্রাথমিক শিক্ষক (টিউটৰ) সংস্থাৰ উদ্যোগত অৱস্থান ধর্মঘট কাৰ্যসূচী
চচলত সদৌ অসম প্রাদেশিকীকৃত মধ্য ইংৰাজী আৰু নিম্ন প্রাথমিক শিক্ষক (টিউটৰ) সংস্থাৰ উদ্যোগত অৱস্থান ধর্মঘট কাৰ্যসূচী। মূলত টিউটৰ সকলৰ শিক্ষকৰ মৰ্য্যদা বিচাৰি চচলৰ ধৰ্ণা স্থলীত ৰূপায়ণ ধৰ্মঘট কাৰ্যসূচী। প্রাদেশিকীকৃত টিউটৰ সকলৰ টেট অবিহনে শিক্ষকলৈ উন্নীতকৰণ কৰা।সীমিত মজুৰিৰ সলনি নিয়মীয়া 'স্কেল পে'ৰ গাঁথনিত দৰমহা প্রদান কৰা।