নলবাৰী: বিজেপিয়ে হিতাধিকাৰীক আঁচনি কৰ্তনৰ ভাবুকি দি নলবাৰীত ন্যায় যাত্ৰা উলিওৱা সন্দৰ্ভত মন্তব্য জিলা কংগ্ৰেছৰ সভাপতিৰ
বিজেপিয়ে হিতাধিকাৰীক আঁচনি কৰ্তনৰ ভাবুকি দি নলবাৰীত ন্যায় যাত্ৰা উলিয়াইছে। বুধবাৰে বিয়লি প্ৰায় চাৰি মান বজাত বিজেপিৰ ন্যায় যাত্ৰাক লৈ নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰীৰ মন্তব্য।লগতে নেতা গৰাকীয়ে কয় কংগ্ৰেছে ন্যায়ৰ বাবে কৰা সমদলত ব্যৱহাৰ কৰা নাছিল দলীয় পতাকা। কিন্তু আজি বিজেপিৰ ৰেলীত হাতে- হাতে দেখা গ'ল দলীয় পতাকা।যদি অসম চৰকাৰ, গৃহ বিভাগৰ ওপৰত বিজেপি কৰ্মীৰ বিশ্বাস নাই, তেন্তে কিয় গৃহ বিভাগ মূৰ্দাবাদ শ্লোগান দিবলৈ সাহস নহ'ল।আঁচনিৰ হিতাধিকাৰীৰ মাজতেই