Public App Logo
Jansamasya
News
पुलिस
Maharashtra
बॉलीवुड
Bjp
National
Police
Bihar
India
कांग्रेस
Congress
Modi
Delhi
Viral
Rajasthan
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
अनिल
Cm
Pmmodi
Rahulgandhi
यूपी
कानपुर
Pm
Uttarpradesh
No video available

চাপৰ ভাগ: চাপৰৰ খৰিদাগোসাইগাৱৰ মৰা চম্পাৱতী নৈ'ত মৰ্মান্তিক ঘটনা,গা ধুবলৈ গৈ সলিল সমাধি ঘটে এজন ছাত্ৰৰ

Chapar Part, Dhubri | May 23, 2025
চাপৰৰ মৰা চম্পাৱতী নৈ'ত মৰ্মান্তিক ঘটনা,গা ধুবলৈ গৈ সলিল সমাধি ঘটে এজন ছাত্ৰৰ।চাপৰৰ খৰিদাগোসাইগাওঁৰ মৰা চম্পাৱতী নৈ'ত অঘটন। চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তিনি গৰাকী ছাত্ৰ ক্ৰমে ছাহিল ইছলাম, সঞ্চয় বাছপৰ আৰু আনাছ বেপাৰী তিনিও অষ্টম শ্ৰেণীৰ ছাত্ৰ। শুক্ৰবাৰ ছাত্ৰ কেইগৰাকী ঘৰৰ পৰা বিদ্যালয় লৈ আহে। কিন্তু বিদ্যালয়ৰ শ্ৰেণী কোঠা এৰি তিনি গৰাকী স্কুলীয়া ছাত্ৰ তথা বন্ধু তিনিজনে গা ধুবলৈ খৰিদাগোসাই গাঁৱৰ ম'ৰা চম্পাৱতী নৈ'ত যায়। গা ধুবলৈ গৈ পানীত ডুব যায় ছাত্ৰ তিনিজন। অ