Public App Logo
Jansamasya
News
पुलिस
बॉलीवुड
Bjp
National
Police
Bihar
India
कांग्रेस
Congress
Modi
Delhi
Viral
Rajasthan
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
अनिल
Cm
Pmmodi
Rahulgandhi
कानपुर
Pm
Uttarpradesh
Haryana
Lucknow

বুৰৈ নৈত গা ধুবলৈ গৈ সলিল সমাধি শিৱ দাসৰ।৪৫ ঘণ্টাৰ পিছত SDRF বাহিনীয়ে আজি দিনৰ এক বজাত বুৰৈ নদীতে উদ্ধাৰ কৰে শিৱ দাসৰ নিথৰ দেহ। বৰ্তমান মৰণোত্তৰ পৰীক্ষাৰ বাবে বিহালীলৈ প্ৰেৰণ কৰা হৈছে।✅✅✅#behalidarpan

Biswanath, Biswanath | Jul 27, 2026

MORE NEWS

মুখ্যমন্ত্ৰী ৰিলিফ ফাণ্ডত পইচা দিয়া আৰু বালিত মূতা একেই কথা - নীলোৎপল বৰা
#highlightseveryone H  O  M  O  Y Dimpu Baruah nilutpal borah Rituraj Duwarah

মুখ্যমন্ত্ৰী ৰিলিফ ফাণ্ডত পইচা দিয়া আৰু বালিত মূতা একেই কথা - নীলোৎপল বৰা #highlightseveryone H O M O Y Dimpu Baruah nilutpal borah Rituraj Duwarah

Biswanath, Biswanath | Jul 27, 2026

যোৱা কালি বিহালীৰ পৰা   শিৱসাগৰত উপস্থিত হৈ কেইগৰাকীমান সচেতন লোকে প্ৰায় দুই টন খাদ্যসামগ্ৰী- চাউল, ডাইল, বিস্কুট, আলু,  কাপোৰ, চাবোন, মহ খেদা ধূপ, ফেনাইল, চিৰা,মূৰি, পানী, মিঠাতেল, নিমখ, সেন্দুৰ আদিকে ধৰি প্ৰায় ১৯ বিধ সামগ্ৰী  ৰাইজৰ দলৰ কাৰ্যকৰ্তা আৰু শিৱসাগৰ সমষ্টিৰ বিধায়ক  শ্ৰী অখিল গগৈৰ ব্যক্তিগত সহায়ক শ্ৰী অম্লান গগৈৰ উপস্থিতিত চমজাই দিয়া হয়  ।✅✅✅#behalidarpan

শিৱসাগৰত বান সাহাৰ্যৰ বাবে যাত্ৰা আৰম্ভ কৰিছে, বিহালীৰ ছাইনিং গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ ফাউণ্ডেচনৰ দ'ল ✅✅✅#behalidarpan

শিৱসাগৰত বান সাহাৰ্যৰ বাবে যাত্ৰা আৰম্ভ কৰিছে, বিহালীৰ ছাইনিং গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ ফাউণ্ডেচনৰ দ'ল ✅✅✅#behalidarpan

Biswanath, Biswanath | Jul 26, 2026