Public App Logo
Jansamasya
Haryana
���ादी
Crimenews
Karnataka
Bareilly
���प
Agra
Biharnews
Jodhpur
Fatehpur
Kanganaranaut
Amitshah
Fire
Live
Jhansi
Yogiadityanath
Rain
���ोगी_आदित्यनाथ
Sonunigam
Arvindkejriwal
Rajasthannews
Rahul
Indianews
���ंगाल
Gwaliornews
New_delhi
���िल्ली_मेट्रो
Newsupdate
���निका
No video available

লাহৰীঘাট: এমএলএ আছিফ মহম্মদ নজৰৰ সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে লাহৰীঘাটত নিৰ্বাচনী আয়োগক ব্যৱস্থা লʼবলৈ দাবী অগপৰ বিধান পৰিষদৰ

Laharighat, Morigaon | Apr 9, 2024
লাহৰীঘাট সমষ্টিৰ বিধায়ক আচিফ মহম্মদ নজৰৰে যোৱা ১এপ্ৰিলত ভূৰাগাঁৱত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত বিজেপিয়ে ইছলাম ধৰ্মগ্ৰন্থ কোৰাণ শ্বৰীফ জ্বলাই দিয়া বুলি ভাষণত উল্লেখ কৰিছিল। বিধায়কগৰাকীৰ এনে মন্তব্যই এতিয়া লাহৰীঘাট অঞ্চলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।এই সন্দৰ্ভত আজি আবেলি লাহৰীঘাটত অগপৰ লাহৰীঘাট বিধান পৰিষদৰ সভাপতি গুলজাৰ হুছেইনে বিধায়কগৰাকীৰ এই কাৰ্যক গৰিহণা দিয়ে আৰু ভাৰতীয় নিৰ্বাচনী আয়োগক ব্যৱস্থা গ্ৰহণ কৰিবলৈয়ো দাবী জনায়।
লাহৰীঘাট: এমএলএ আছিফ মহম্মদ নজৰৰ সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে লাহৰীঘাটত নিৰ্বাচনী আয়োগক ব্যৱস্থা লʼবলৈ দাবী অগপৰ বিধান পৰিষদৰ - Laharighat News