দুধনৈ: ৰংজুলিত হাজাৰ হাজাৰ লোকে একেলগে গালে মায়াবিনী ৰাতিৰ বুকুত
ৰংজুলিত হাজাৰ হাজাৰ লোকে একেলগে গালে মায়াবিনী ৰাতিৰ বুকুত।গোৱালপাৰা জিলাৰ ৰংজুলিত হাজাৰ হাজাৰ লোকে একেলগে সমাবেত হৈ অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ কালজয়ী গীত মায়াবিনী ৰাতিৰ বুকুত গীত গাই মহান শিল্পী গৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সকলোৱে নিজৰ নিজৰ মোবাইলৰ ফ্লাস লাইট জ্বলাই একে লগে মায়াবিনী ৰাতিৰ বুকুত গীত পৰিৱেশন কৰে। আজি দশমী, দুৰ্গাপূজা বিসৰ্জন। একাংশ লোকে দেবী দুৰ্গাক বিসৰ্জন দিয়ে ।