বৰপেটা: ৰংপুৰহাটীৰ মথুৰাপুৰী শাখা সাহিত্য সভা ভৱন ডঃ ভূপেন হাজৰিকাৰ জন্ম দিৱস পালন, প্ৰাক্তন বিধায়কৰ অংশ গ্ৰহণ
বৰপেটাৰ ৰংপুৰহাটীৰ মথুৰাপুৰী শাখা সাহিত্য সভা ভৱন ডঃ ভূপেন হাজৰিকাৰ জন্ম দিৱস পালন কৰা হয় ৷ ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকাৰ জন্ম দিৱস উপলক্ষে মথুৰাপুৰী শাখা সাহিত্য সভা গীত-কথা-কবিতাৰ ছন্দেৰে সুধাকণ্ঠ স্মৰণ কৰা হয় ৷ উক্ত কাৰ্যসূচীত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰাধিকাক ডঃ বাবুল চন্দ্ৰ দাস, বৰপেটা সমষ্টিৰ প্ৰাক্তন বিধায়ক গুনীন্দ্ৰ নাথ দাস, অসম গণ পৰিষদ দলৰ কেন্দ্ৰয় উপ সভাপতি তথা সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক ডাঃ তাৰা প্ৰসাদ দাসৰ লগতে ভালে সংখ্যক ব্যক্তি উপস্থিত থাকে ৷