Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
Coronavirus
कांग्रेस
मौत
Accident
Congress
Modi
Delhi
Viral
मध्यप्रदेश
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Madhyapradesh
Pmmodi
Rahulgandhi
Chhattisgarh
Uttarpradesh
Haryana
Uttarakhand
लखनऊ
No video available

ৰঙিয়া ভাগ: 'মুখ্যমন্ত্ৰীয়ে শদিয়া-ধুবুৰীলৈ ভূমিহীন মুছলমানক বাছি বাছি উচ্ছেদ চলাইছে',ৰঙিয়াত এবিএমছুৰ সভাপতি টাইচন হুছেইনৰ মন্তব্য

Rangia Part, Kamrup | Jul 6, 2025
উচ্ছেদৰ বিৰোধিতাৰে পুনৰ দিল্লী কঁপাবলৈ সাজু এবিএমছু। দেওবাৰে ৰঙিয়াত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ এবিএমছুৰ সভাপতি টাইচন হুছেইনৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দিনত মুছলমানৰ নূন্যতম মৌলিক অধিকাৰ খৰ্ব কৰা হৈছে বুলি ক্ষোভ প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে শদিয়াৰ পৰা ধুবুৰীলৈ ভূমিহীন মুছলমান লোকসকলক বাছি বাছি উচ্ছেদ চলাইছে আৰু সেই ভূমি সমুহ আদানি আম্বানীৰ দৰে পুঁজিপতিক গতাব ওলাইছে।

MORE NEWS