Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Bihar
India
कांग्रेस
बीजेपी
Uttar_pradesh
Congress
Modi
Delhi
Viral
Crime
शिक्षा
शराब
पेट्रोल
Up
दिल्ली
Breakingnews
महिला
Narendramodi
Madhya_pradesh
Mp
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
स्कूल

গোৰেশ্বৰ ভাগ: চেনীমাৰাত বিপিএফৰ জন জাগৰণ সভা,উপস্থিত থাকে বিপিএফ নেতা মহেশ্বৰ বসুমতাৰীয়ে

Goreswar Part, Baksa | Aug 5, 2025
মংগলবাৰে আবেলি ৪ মান বজাত চেনিমাৰাত অনুষ্ঠিত হয় বিপিএফ দলৰ জনজাগৰণ সভা।সভাত তামুলপুৰ জিলা বিপিএফৰ সভাপতি তথা সমাগত বিটিচি নিৰ্বাচনৰ গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ দলটোৰ মনোনীত প্ৰাৰ্থী মহেশ্বৰ বসুমতাৰীয়ে উপস্থিত থাকি ভাষণ দিয়ে।সভাত সংখ্যালঘু অধ্যুষিত অঞ্চলটোৰ কেবা শতাধিকলোকে অংশ গ্ৰহণ কৰে।

MORE NEWS

গোৰেশ্বৰ ভাগ: চেনীমাৰাত বিপিএফৰ জন জাগৰণ সভা,উপস্থিত থাকে বিপিএফ নেতা মহেশ্বৰ বসুমতাৰীয়ে - Goreswar Part News