শিৱসাগৰ: দুৰ্বৃত্তই ভাঙি লণ্ড-ভণ্ড কৰিলে শিৱসাগৰৰ কেমেলিয়া টি বাৰ এণ্ড কেফেৰ
দুৰ্বৃত্তই ভাঙি লণ্ড-ভণ্ড কৰিলে শিৱসাগৰৰ কেমেলিয়া টি বাৰ এণ্ড কেফেৰ । ইটা মাৰি ৰেষ্টুৰেন্ট খনৰ গ্লাছ ভঙাৰ লগতে বিস্তৰ ক্ষতি সাধন কৰে বিভিন্ন সামগ্ৰীৰ । ইতিমধ্যে এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত শিৱসাগৰ সদৰ থানাত দাখিল কৰা হৈছে এজাহাৰ । ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ।