মাজুলীৰত আৰক্ষীৰ স্মৃতি দিৱস উদযাপন
আজি আৰক্ষী স্মৃতি দিৱস উপলক্ষে মাজুলী আৰক্ষীৰ উদ্যোগত কৰ্তব্যৰত অৱস্থাত প্ৰাণ আহুতি দিয়া বীৰ আৰক্ষী শ্বহীদসকলৰ পৱিত্ৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়
দেশৰ সুৰক্ষা, আইন-শৃংখলা ৰক্ষা আৰু জনসাধাৰণৰ সেৱাত নিজৰ জীৱন উৎসৰ্গা কৰা বীৰ আৰক্ষীসকলৰ অতুলনীয় ত্যাগ, সাহস, কৰ্তব্যনিষ্ঠা আৰু আত্মবলিদান দিয়া আৰক্ষী ক স্মৰণ কৰে --
ফটো মাজুলী আৰক্ষী পেজৰ পৰা লোৱা