ডিমৌ চৰ'গুৱাৰ মহিলা সন্ধানহীন
চৰ'গুৱা গাঁৱৰ প্ৰিয়া দাস নামৰ এইৰাকী এটি সন্তানৰ মাতৃ যোৱা নিশা প্ৰায় ১১:৩০ বজাৰ পৰা সন্ধানহীন হৈ আছে। কোনো ব্যক্তিয়ে মহিলাগৰাকীৰ সন্ধান লাভ কৰিলে বা কোনো তথ্য থাকিলে অনুগ্ৰহ কৰি ৮৬৩৮৪১৪১১৮ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ ফালৰ পৰা অনুৰোধ জনোৱা হৈছে।
Assam, India | Jul 13, 2026