🛑বানফেৰাত জিলা আয়ুক্ত ডাঃ নেহা যাদৱ,সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আৰু মাহমৰাৰ বিধায়ক সূৰুজ দিহিঙীয়াৰ উপস্থিতিত গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভা;
🛑উন্নয়নমূলক আঁচনিৰ অগ্ৰগতিৰ বুজ ল’লে প্ৰশাসনে
চৰাইদেউ জিলা পৰিষদৰ কাৰ্যালয়ত বিধায়ক আৰু জিলা আয়ুক্তৰ জৰুৰী বৈঠক:
🛑গ্ৰাম্য উন্নয়নৰ বিভিন্ন আঁচনিৰ বিস্তৃত পৰ্যালোচনা