নগাঁও: প্ৰতিকুল বতৰকো নেওচি "ৰৈ ৰৈ বিনালে" চাবলৈ ভিৰ অনুৰাগীৰ ,দিব্যজ্যোতি চিনেমা ছবি গৃহৰ এক ব্যতিক্রমি পৰিৱেশ
Nagaon, Nagaon | Oct 31, 2025 প্ৰতিকুল বতৰকো নেওচি "ৰৈ ৰৈ বিনালে" চাবলৈ ভিৰ অনুৰাগীৰ।নগাঁও দিব্যজ্যোতি ছবি গৃহৰ এক ব্যতিক্রমি পৰিৱেশ । প্ৰতিকুল বতৰকো নেওচি "ৰৈ ৰৈ বিনালে" চাবলৈ ভিৰ অনুৰাগীৰ। পূৱা ১১ বজাৰ পৰা প্ৰথম দৰ্শনী দিয়া হৈছে নগাওঁ দিব্যজ্যোতি ছবি গৃহত । দিব্যজ্যোতি চিনেমা ছবি গৃহত দেখা গʼল এক প্ৰকাৰৰ ব্যতিক্রমি পৰিৱেশ ।ৰৈ ৰৈ বিনালে ছবি চাবলৈ অহা লোকসকলে জুবিন গাৰ্গৰ ফটোত শ্ৰদ্ধাঞ্জলি জনালে ।