তিনিচুকীয়া: নিশা মাকুম চহৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰয়েল এনফিল্ড মটৰ চাইকেলৰ পৰা পৰি পথ দুৰ্ঘটনা ,
মাজ নিশা মাকুম চহৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা । মঙ্গল বাৰে মাজনিশা প্রায় ১.৩০ বজাত মাকুম চহৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা সংঘটিত হয় । ডিগবৈ অভিমুখে যোৱা এখন As 06 X8322 নম্বৰৰ ৰয়েল এনফিল্ড মটৰ চাইকেলৰ পৰা পৰি এজন লোক গুৰুতৰ ভাৱে আহত হয় । আহত লোকজন ডিগবৈৰ বুলি জানিবলৈ পৰা গৈছে ।