বিলাসীপাৰা ভাগ: কালনৈৰ গাৱত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা,অগ্নিকাণ্ডৰ ফলত জুইত ভস্মীভূত হয় দুটাকৈ বাসগৃহ
কালনৈৰ গাৱত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডৰ ফলত জুইত ভস্মীভূত হয় দুটাকৈ বাসগৃহ। গাওঁ খনৰ আয়নাৰল হকৰ বাসগৃহত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো। ভ অগ্নিকাণ্ডৰ ফলত প্ৰায় লক্ষাধিক টকাৰ সা সম্পত্তি জুইত জাহ যায় । ইফালে স্থানীয় ৰাইজে জুই নির্বাপিত কৰিবলৈ চেষ্টা কৰে যদিও জুই নির্বাপিত কৰিবলৈ সক্ষম নহয়।