গোলাঘাট: বৰফুকন খাটত নিশা অহা এজাক ধুমুহাত প্ৰকাণ্ড গছ বাগৰি পৰাৰ ফলত কথমপি ৰক্ষা কেইবাটাও পৰিয়ালৰ লগতে গো ধন
বুধবাৰে পুৱতি নিশা প্ৰায় ৩ বজাত গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তত ধুমুহাৰ তাণ্ডব l ভাঙি তচ নচ কৰিলে কেইবাটাও বাস গৃহ l প্ৰকাণ্ড গছ বাগৰি পৰাৰ ফলত কথমপি প্ৰাণ ৰক্ষা পৰে কেইবাটাও বাস গৃহৰ লগতে গো ধন l বিদ্যুতৰ খুঁটা ভাঙি পৰিছে পথত l বন্ধ হৈ পৰিছে যাতায়ত l বৰ্তমান বিদ্যুত সংমণ্ডলৰ লোক সকল খুতাৰ লগতে বিদ্যুতৰ তাঁৰ সমূহৰ মেৰামতিৰ চেষ্টা অব্যাহত ৰাখিছে।