নগাঁও: চামগুৰি আমনিৰ এটা গেৰেজৰ পৰা উদ্ধাৰ গৰু চুৰি কাৰ্যৰ লগত জড়িত এখন বাহন
Nagaon, Nagaon | Oct 8, 2025 চামগুৰি আমনিৰ এটা গেৰেজৰ পৰা উদ্ধাৰ গৰু চুৰি কাৰ্যৰ লগত জড়িত এখন বাহন।চামগুৰিৰ শালনা আৰক্ষীয়ে আমনিৰ বিষ্ণু গেৰেজৰ পৰা উদ্ধাৰ কৰে বাহন খন ।উল্লেখযোগ্য যে, যোৱা কিছু দিন পূৰ্বে AS06N5280নম্বাৰৰ বিলাসী বাহন খনেৰে তিনিজনকৈ যুৱকে আমলক্ষী গাঁৱৰ পৰা গৰু লৈ উদ্ধাও হয় ।বিলাসী বাহনত গৰু চুৰি কৰি নিয়াৰ সামগ্ৰীক দৃশ্য বন্দী হৈছিল C.C.TVকেমেৰাত