ডুমডুমা: ডুমডুমাত তিনিদিনীয়া কাৰ্যসূচীৰে কেন্দ্ৰীয় কৰম সন্মিলন আৰম্ভ, বিশাল সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ, উপস্থিত মন্ত্ৰী
Doom Dooma, Tinsukia | Sep 3, 2025
ডুমডুমা ৰাজহুৱা খেলপথাৰত আজি বুধৱবাৰৰ পৰা আৰম্ভ হৈছে কেন্দ্ৰীয় কৰম সন্মিলন । সেই উপলক্ষে পুৱাৰে পৰা বিভিন্ন কাৰ্যসূচীৰ...