Public App Logo
Jansamasya
National
Swasthnarisashaktparivar
Delhi
Vandebharatexpress
Didyouknow
Shahdara
New_delhi
South_delhi
Worldenvironmentday
Beattheheat
Beatncds
Stopobesity
Hiv
Aidsawareness
Oralhealth
Mentalhealth
Seasonalflu
Worldimmunizationweek
Healthforall
Sco
Blooddonation
Saynototobacco
Vayvandanacard
Ayushmanbharat
Tbmuktbharat
Pmjay
Jansamasya
Liverhealth

নগাঁও: প্ৰণৱ বৰুৱা কলাক্ষেত্ৰত ললিত কলা শিল্পী সমিতিৰ উদ্যোগত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

Nagaon, Nagaon | Sep 24, 2025
অসম সম্পদ হাৰ্টথ্ৰ'ৱ জুবিন গাৰ্গৰ মৃত্যুত শোকস্তব্ধ সমগ্ৰ ৰাজ্যবাসী। সমগ্ৰ ৰাজ্যৰ লগতে নগাঁৱতো বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে পালন কৰিছে শোক দিবসৰ লগতে জনাইছে শ্ৰদ্ধাঞ্জলি । আজি ললিত কলা শিল্পী সমিতি অসমৰ নগাঁও জিলা শাখাৰ শিল্পীসকলৰ উদ্যোগত নগাঁও চহৰৰ প্ৰণৱ বৰুৱা কলাক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে । মৌন পাৰ্থনাৰে আৰম্ভ হোৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত জুবিন গাৰ্গৰ কৰ্মৰাজীৰ বিষয়ে ব্যাখ্যা আগবঢ়োৱাৰ লগতে শিল্পী গৰাকীৰ চিত্ৰ অংকন কৰি সকলোৱে জুবিন গাৰ্গক স্মৰণ কৰে

MORE NEWS