নগাঁও: জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য ভেদ হ’বই লাগিব,নহ’লে জাতিটোৰ বাবেই লজ্জাজনক হ’ব,ৰহাত মন্তব্য শিল্পী দিগন্ত ভাৰতীৰ
Nagaon, Nagaon | Oct 21, 2025 জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য ভেদ হ’বই লাগিব,নহ’লে জাতিটোৰ বাবেই লজ্জাজনক হ’ব,তদন্তৰ কথা ৰাইজে জানিব লাগিব বুলি ৰহাত মন্তব্য আগবঢ়াই শিল্পী দিগন্ত ভাৰতীয়ে। প্ৰাণৰ শিল্পী জুবিন বন্দনাৰে মুখৰিত হল ৰহা৷ মংগলবাৰে বিয়লি প্ৰায় চাৰি মান বজাত ৰহা ছাত্ৰ সন্থা , এজেৱাইচিপি, সাংবাদিক সন্থা, তিৱা ছাত্ৰ সন্থা, আক্ৰাছু,ৰহা ব’হাগী মেলা আদি সংগঠনৰ সমূহীয়া উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় মানৱদৰদী শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ অনুষ্ঠান৷ কেউফালে জুবিনময় হৈ