বঙাইগাঁও ভাগ: মানিকপুৰত NSUI বঙাইগাঁও জিলাৰ সভাপতিৰ উপস্থিতিত মানিকপুৰ আঞ্চলিক NSUI গোট গঠন
Bongaigaon Part, Bongaigaon | Sep 10, 2025
বঙাইগাঁও জিলাৰ মানিকপুৰত NSUI বঙাইগাঁও জিলাৰ সভাপতিৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত মানিকপুৰ আঞ্চলিক গোট গঠন কৰা হয়।