Public App Logo
Profile Picture

SOUBHIK

@bongaigaon_khobor
4294Followers
6Following
বঙাইগাঁও ভাগ: চিলাৰায় ভৱনত প্ৰতিমা বৰুৱা পাণ্ডেৰ ৯২ সংখ্যক জন্ম জয়ন্তী পালন কৰা হয়
সৃজনগ্ৰাম: অভয়াপুৰীত সমজিলা দিৱসৰ কাৰ্যসূচী শুভাৰম্ভ কৰে বিধায়ক ভূপেন ৰায়ে
বঙাইগাঁও ভাগ: জিলা আয়ুক্ত কাৰ্যালয়ত বন অধিকাৰ আইনৰ অধীনত ১০ গৰাকী লোকক ভূমি পট্টা প্ৰদান কৰা হয়
বঙাইগাঁও ভাগ: চহৰত বঙাইগাঁও পৌৰসভাৰ উদ্যোগত এক পেৰ মা কে নাম শীৰ্ষক অনুষ্ঠান অনুষ্ঠিত কৰা হয়
বঙাইগাঁও ভাগ: অসম আৰক্ষী সন্মিলন কেন্দ্ৰত বঙাইগাঁও কনক্লেভ শীৰ্ষক অনুষ্ঠান অনুষ্ঠিত কৰা হয়
বঙাইগাঁও ভাগ: বঙাইগাঁও জিলা দিৱস সন্দৰ্ভত চহৰত জিলাৰ জেষ্ঠ্য আৰক্ষী অধীক্ষক নোমল মহাত্তাৰ প্ৰতিক্ৰিয়া প্ৰকাশ
বঙাইগাঁও ভাগ: নিউ বঙাইগাঁও ৰেলৱে ষ্টেচনত ৯ গৰাকী সন্দেহজনক বাংলাদেশী নাগৰিকক আটক কৰা হয়
বঙাইগাঁও ভাগ: ২ নং ভাণ্ডাৰা গাঁৱত সন্দেহজনক হেৰোইন জব্দ কৰে আৰক্ষীয়ে
বঙাইগাঁও ভাগ: বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় আৰু সংহত জিলা আয়ুক্ত কাৰ্যালয় পৰিদৰ্শন কৰে জিলাৰ অভিভাৱক মন্ত্ৰীয়ে
বঙাইগাঁও ভাগ: বঙাইগাঁও বইটামাৰী পথত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা
বঙাইগাঁও ভাগ: বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় হাস্পতাল পৰিদৰ্শন কৰে মন্ত্ৰী অশোক সিংহলে
সৃজনগ্ৰাম: অভয়াপুৰীত ৰাইজৰ সৈতে মত বিনিময় কৰে বিধায়ক ভূপেন ৰায়ে
সৃজনগ্ৰাম: অভয়াপুৰীত মন কী বাত অনুষ্ঠানৰ লগত সংগতি ৰাখি ৰাইজৰ সৈতে মত বিনিময় কৰে বিধায়ক ভূপেন ৰায়ে
বঙাইগাঁও ভাগ: নিউ বঙাইগাঁও ৰেলৱে ষ্টেচনত জব্দ ১১৭ বস্তা সন্দেহজনক বাৰ্মিজ চুপাৰী
সৃজনগ্ৰাম: ভাণ্ডাৰাত ড্ৰাগছ ব্যবসায়ীৰ আক্ৰমণত আহত যুৱক
বঙাইগাঁও ভাগ: নিউ বঙাইগাঁও ৰেলৱে ষ্টেচনত খাদ্য সুৰক্ষা প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হয়
সৃজনগ্ৰাম: অভয়াপুৰীত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি তথা প্ৰাক্তন বিধায়ক প্ৰদীপ সৰকাৰক সাক্ষাৎ কৰে NSUI জিলা সভাপতিয়ে
সৃজনগ্ৰাম: ৰঙাপানীত তেল কমকৈ দিয়াক কেন্দ্ৰ কৰি ভাৰত পেট্ৰলিয়ামৰ তেল ডিপোত উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয়
বঙাইগাঁও ভাগ: জিলা আয়ুক্ত কাৰ্যালয়ত ভাৰতীয় প্ৰতিস্পৰ্ধা আয়োগ ২০০২ ৰ এক সভা অনুষ্ঠিত কৰা হয়
বঙাইগাঁও ভাগ: ঢালিগাঁৱত বঙাইগাঁও শোধনাগাৰ ঠিকাদাৰ সন্থাৰ সংবাদ মেল সম্বোধন
বঙাইগাঁও ভাগ: স্বচ্ছতা হি সেৱা কাৰ্য্যসূচীৰ অধীনত বঙাইগাঁও পৌৰসভাৰ অন্তৰ্গত বিভিন্ন বজাৰ পৰিষ্কাৰ কৰা হয়
বঙাইগাঁও ভাগ: জিলাৰ জেষ্ঠ্য আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত জেষ্ঠ্য আৰক্ষী অধীক্ষকৰ উপস্থিতিত CRIME ৰিভিউ মিটিং অনুষ্ঠিত
সৃজনগ্ৰাম: অভয়াপুৰীত ভয়ংকৰ পথ দুৰ্ঘটনা,আহত ১
বঙাইগাঁও ভাগ: বঙাইগাঁও চহৰত বোৱাৰী নিৰ্যাতনৰ ঘটনা,প্ৰতিক্ৰিয়া প্ৰকাশ ভুক্তভোগীৰ
বঙাইগাঁও ভাগ: খগৰপুৰ- দুৰ্গাপুৰ অঞ্চলত আৰক্ষীয়ে ধপাত জাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলায়