ধুবুৰী ভাগ: জিলাৰ সীমান্ত অঞ্চলত বাংলাদেশৰ জামায়াত ইছলামীৰ নামত অজ্ঞাত ক'লত ভাবুকি,সীমান্তবাসী ৰাইজৰ মাজত চাঞ্চল্য
Dhubri Part, Dhubri | Aug 20, 2025
ধুবুৰী জিলাৰ ভাৰত- বাংলাদেশ সীমান্তত আজব ঘটনা । জামায়াত ইছলামী বাংলাদেশৰ নামলৈ বহু লোকক ফোন যোগে ভাবুকি প্ৰদানৰ ঘটনাই...