সৃজনগ্ৰাম: কীৰ্তনপাৰাত কৃত্রিম বানপানী, যমৰ যাতনা ভুগিছে শতাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে পথচাৰীয়ে, সমস্যা সমাধানৰ বাবে অনুৰোধ #jansamasya
Srijangram, Bongaigaon | Aug 13, 2025
কীৰ্তনপাৰা বজাৰত এজাক বৰষুণৰ ফলত সৃষ্টি হৈছে কৃত্ৰিম বানপানী। পকী ৰাস্তাৰ ওপৰেদি একাঠু পানী হোৱাৰ ফলত প্ৰায় ১৫ -২০খন...