চমৰীয়া: ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ অন্তৰ্গত ছমৰীয়া সোনতলী মণ্ডলত বীৰ বাল দিৱস উদযাপন
দক্ষিণ কামৰূপ জিলা, ভাৰতীয় জনতা পাৰ্টি,অসম প্ৰদেশ অন্তৰ্গত ছমৰীয়া সোনতলী মণ্ডলত "বীৰ বাল দিৱস" উদযাপন।দক্ষিণ কামৰূপ জিলা, ভাৰতীয় জনতা পাৰ্টি,অসম প্ৰদেশ অন্তৰ্গত শালমৰীয়া সোনতলী মণ্ডলত মণ্ডল সভাপতি মইদুল ইছলামৰ নেতৃত্বত বীৰ বাল দিৱস উদযাপন কৰা হয় । উক্ত অনুষ্ঠানত পুষ্পাজ্ঞলি অৰ্পণ কৰি শোক পালন কৰে।ইফালে বিজেপি দলত বুথ পয্যায়ৰ পৰা কেনেকৈ অধিক শক্তিশালী কৰি তুলিব পৰা যায় তাৰ বাবে বিশেষ আলোচনা কৰে। লগতে মণ্ডল সভাপতি সভাত উপস্থিত থাকি দলিয় যুৱ নেতা ৰফিকুল ইছলাম বুথ স