বৰপেটা: পিঠাদি হাইস্কুলৰ অতিৰিক্ত শ্ৰেণী কোঠা নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে বিধায়ক জাকিৰ হুছেইন শিকদাৰে
Barpeta, Barpeta | Sep 14, 2025
দক্ষিণ পাকা গাঁও পঞ্চায়তৰ অন্তৰ্গত পিঠাদি হাইস্কুলৰ অতিৰিক্ত শ্ৰেণী কোঠা নিৰ্মাণৰ ৰবিবাৰে আধাৰশিলা স্থাপন কৰা হয় ৷...