তামুলপুৰ: তামুলপুৰৰ কাউলি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ ১৬ চেপ্তেম্বৰত হবলগীয়া মুখ্যমন্ত্ৰী সভাস্থলী পৰিদৰ্শন কৰে মন্ত্ৰীয়ে
Tamulpur, Baksa | Sep 15, 2025 তামুলপুৰৰ কাউলি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ ১৬ চেপ্তেম্বৰত হবলগীয়া মুখ্যমন্ত্ৰী সভাস্থলীত সোমবাৰে নিশা প্ৰায় ন মান বজাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা উপস্থিত হৈ সভাৰ প্ৰস্তুতিৰ বুজ লয় ।মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই ১৬ ছেপ্টেম্বৰ তাৰিখে তামুলপুৰ জিলাৰ নাগ্রিজুলি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত কাউলিত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰিব। তদুপলক্ষে সোমবাৰে নিশা প্ৰায় ৯ মান বজাত উক্ত সভাস্থলী পৰিদৰ্শন কৰি প্রস্তুতিৰ বুজ লয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ।