পূব ডিব্ৰুগড়: "ক্ৰমাৎ সুস্থ হৈছে মৰাণত খাদ্যৰ বিষক্ৰিয়া হৈ AMCH ত চিকিৎসাধীন ৫ গৰাকী শিশু সহ ২৩ গৰাকী ৰোগী" AMCH ৰ অধীক্ষকৰ মন্তব্য
Dibrugarh East, Dibrugarh | Aug 25, 2025
মৰাণৰ ২ নং দিখাৰী গাঁৱত সংঘটিত খাদ্যৰ বিষক্ৰিয়া হৈ ডিব্ৰুগড় স্থিত AMCH ত চিকিৎসাধীন হৈ আছে ৫ গৰাকী শিশু সহ ২৩ জন ৰোগী।...