পূব ডিব্ৰুগড়: কেঁচা চাহপাতৰ দৰ অস্বাভাৱিক হ্রাসক লৈ চিন্তিত ক্ষুদ্ৰ চাহ খেতিয়ক সকল, লাহোৱালত সংবাদমেল ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ
Dibrugarh East, Dibrugarh | Aug 28, 2025
ৰাজ্যৰ দুই লাখ ক্ষুদ্ৰ চাহ খেতিয়কৰ মাজত সৃষ্টি হৈছে হাঁহাকাৰ অৱস্থা। অস্বাভাৱিক হাৰত হ্ৰাস পাইছে কেঁচা চাহপাতৰ দৰ।...