বজালী ভাগ: বজালীৰ বিৰবিৰাস্থিত বিধায়ক সেৱা সদনত অসম চৰকাৰৰ আনটাইড ফাণ্ডৰ চেক প্ৰদান কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে
বজালীৰ বিৰবিৰাস্থিত বিধায়ক সেৱা সদনত মঙলবাৰে অসম চৰকাৰৰ আনটাইড ফাণ্ডৰ ১০ লাখকৈ টকা দুটা অনুষ্ঠানক আৰু ৫ টা অনুষ্ঠানক অসম দৰ্শন আঁচনিৰ আবণ্টিত ৩ লাখ টকাৰ ভিতৰত ১.৫ লাখ টকাৰ চেক প্ৰদান কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে । হাউলীৰ কালী মন্দিৰ আৰু দুৰ্গা মন্দিৰ আৰু হাউলীৰ মৈৰামাৰা নমাটি সত্ৰৰ পৰিচানা সমিতিক আনটাইড ফাণ্ড চেক প্ৰদান কৰা হয় ৷