Public App Logo
Jansamasya
National
Haryana
Pmmsy
Matsyasampadasesamriddhi
���ीएसटी
Cybersecurityawareness
Nextgengst
Fidfimpact
Happydiwali
Diwali2025
Railinfra4andhrapradesh
Responsiblerailyatri
Andhrapradesh
���हात्मा_गांधी
���ांधी_जयंती
Gandhijayanti
Digitalindia
Fisheries
Nfdp
Swasthnarisashaktparivar
Delhi
Vandebharatexpress
Didyouknow
Shahdara
New_delhi
South_delhi
Worldenvironmentday
Beattheheat

চাৰিদুৱাৰ: জুবিন গাৰ্গৰ মৃত্যুত ৰঙাপৰাত CPIM দলৰ উদ্যোগত  শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে

Chariduar, Sonitpur | Sep 21, 2025
জুবিন গাৰ্গৰ মৃত্যুত দেওবাৰে বিয়লি ৪  বজাত ৰঙাপৰাত CPIM দলৰ উদ্যোগত  শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে ৷ উল্লেখ্য যে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ মৃত্যুত এতিয়া সৰ্বত্ৰে গভীৰ শোঁকৰ ছা পৰিছে ৷ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে প্ৰিয় শিল্পী গৰাকীক সোঁৱৰি জনাইছে গভীৰ শ্ৰদ্ধাঞ্জলি ৷ সমান্তৰালভাৱে শোণিতপুৰ জিলাৰ অন্তৰ্গত ৰঙাপৰাৰ ঠাকুৰবাৰীত CPIM দলে আজি শিল্পী গৰাকীক জনাইছে গভীৰ শ্ৰদ্ধাঞ্জলি ৷ আজিৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত CPIM দলৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকে ৷

MORE NEWS