বজালী ভাগ: কপিলী শতদল শাখা সাহিত্য সভাৰ মৰিপুৰ আনন্দপুৰৰ নৱনিৰ্মিত কাৰ্যালয় ভৱনটো শুভ উদ্বোধন কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে
কপিলী শতদল শাখা সাহিত্য সভাৰ মৰিপুৰ আনন্দপুৰৰ নৱনিৰ্মিত কাৰ্যালয় ভৱনটো ৰবিবাৰে আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা হয় । কপিলী শতদল শাখা সাহিত্য সভাৰ মৰিপুৰ আনন্দপুৰৰ নৱনিৰ্মিত কাৰ্যালয় ভৱনটো আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ নৱনিৰ্মিত এই ভৱনটো আগন্তুক দিনত সাহিত্য চিন্তা, সৃষ্টিশীলতা তথা সমাজৰ সম্প্ৰীতিৰ মন্দিৰ হৈ উঠিব বুলি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আশা কৰে ।