আজাৰা: গুৱাহাটীৰ পৰা বেংগেলুৰু অভিমুখী বিমানত বিজুতি
গুৱাহাটীৰ পৰা বেংগেলুৰু অভিমুখী বিমানত বিজুতি ।গুৱাহাটীৰ পৰা বেংগেলুৰু অভিমুখী বিমানত পুনৰ বিসংগতি । গুৱাহাটী বিমানবন্দৰৰ পৰা উৰণৰ সময়তে ৫ বজাত উৰিব লগা Aksha Airৰ QP1324 নম্বৰৰ বিমানত ধৰা পৰে বিসংগতি । বিমানখনৰ চকাত ৰানৱেত ধৰা পৰিছিল বিসংগতি ।