ধুবুৰী ভাগ: গৌৰীপুৰ ডুমৰদহত ভয়ংকৰ দুৰ্ঘটনা, মালবাহী ৰেলে খুন্দা মাৰিলে চাৰিচকীয়া বাহনত, কথমপি প্ৰাণ ৰক্ষা দুই ছাত্ৰী সহ চালকৰ
Dhubri Part, Dhubri | Aug 27, 2025
শিলিগুৰিৰ পৰা গুৱাহাটী অভিমুখী আছিল ৰেলখন। AS17Q- 8055 নম্বৰৰ বাহন খনে ৰেলক্ৰোচিং পাৰ হওতে ৰেল আলিত লাগি ধৰি আবদ্ধ হৈ...