মঙলদৈ ভাগ: ছাগলী চোৰে ছাগলী কোলাত তুলি পালে আহি আৰক্ষী থানা,
মঙ্গলদৈ জলজলীত ছাগলী চোৰ দুজন আটক
Mangaldoi Part, Darrang | Aug 27, 2025
জলজলীত ৰাইজে চোৰ দুটাক আটক কৰি গতাই দিলে আৰক্ষীক।চোৰ দুটা হ'ল খাৰুপেটিয়া মাৰৈপাৰাৰ মোছাৰফ আলি আৰু আবজাৰুল ৰহমান। এখন...