বঙাইগাঁও ভাগ: সমগ্ৰ ৰাজ্যৰ লগতে বঙাইগাঁও জিলাতো ভূমিকম্পৰ জোকাৰণি, ৰাইজৰ মাজত তীব্ৰ আতংক
Bongaigaon Part, Bongaigaon | Sep 14, 2025
সমগ্ৰ ৰাজ্যৰ লগতে বঙাইগাঁও জিলাতো ভূমিকম্পৰ জোকাৰণি। দেওবাৰে আবেলি ৪.৪১ মিনিটত বঙাইগাঁও চহৰ সহ জিলাৰ বিভিন্ন প্ৰান্তত...