সোণাৰি: কাকতিবাৰীত সদৌ অসম ব্ৰইলাৰ ফাৰ্ম পালক সন্থাৰ সভাত জিলা অতিৰিক্ত আয়ুক্ত নৱদ্বীপ চাংমাইৰ অংশগ্ৰহণ
কাকতিবাৰীত সদৌ অসম ব্ৰইলাৰ ফাৰ্মৰ পালক সন্থাৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত এখন সভা দেওবাৰে ২বজাত অনুষ্ঠিত হয়। চৰাইদেউ জিলা OBC ৰ সভাপতি নাৰায়ন লাহনৰ সভাপতিত্বত অনুষ্ঠিত হৈ যায় । সভাত চৰাইদেউ জিলাৰ অতিৰিক্ত আয়ুক্ত নৱদীপ চাংমাই,পশু পালন তথা পশু চিকিৎসক ডাঃ বিনন্দীনি মহন্ত ,H.D.F.C বেংকৰ সোণাৰি শাখাৰ পৰিচালক পংকজ শইকীয়া,সদৌ অসম ব্ৰইলাৰ ফাৰ্মৰ পালক সন্থাৰ সাধাৰণ সম্পাদক দিবাকৰ চাংমাই প্ৰমুখ্যে কেইবাজনো লোকে অংশগ্ৰহণ কৰে ।