বইটামাৰী: পাচনিয়া-খোৰাগাঁও পঞ্চায়ত কাৰ্যালয়ৰ কাৰ্যালয়ৰ ভূমি বেদখল, জিলা প্ৰশাসনক উপযুক্ত ব্যবস্থা কৰিবলৈ দাবী পঞ্চয়ত সভানেত্ৰীৰ
Boitamari, Bongaigaon | Aug 27, 2025
যোগীঘোপাত এইবাৰ পঞ্চায়ত কাৰ্যালয়ৰ ভূমি বেদখল। যোগীঘোপাৰ পাচনীয়া-খোৰাগাঁও পঞ্চায়ত কাৰ্যালয়ৰ চোতালেই বেদখল । জিলা...