ছিপাঝাৰ: মিৰ্জাত সংগঠনৰ নাম লৈ যুৱকৰ পৰা বৃহৎ পৰিমাণৰ ধন সংগ্ৰহৰ লগতে চাৰিচকীয়া বাহনো কাঢ়ি নিয়াৰ অভিযোগ, থানাত এজাহাৰ দাখিল
Sipajhar, Darrang | Aug 20, 2025
ছিপাঝাৰৰ বিজুলীবাৰীৰ পংকজ দাস নামৰ যুৱকজনৰ লগত সংঘটিত হৈছে এক ঘটনা।ছিপাঝাৰৰ তিনিজন যুৱক আছিক আহমেদ, ইনজামামূল হক আৰু...