ধুবুৰী ভাগ: বিলাসীপাৰা সম জিলাৰ নয়াহাট ফকিৰানীৰঝাৰ ২য় খণ্ড গাঁৱৰ এখন অংগণাবাদী কেন্দ্ৰকলৈ ৰাইজৰ অভিযোগ
ৰানীগঞ্জ সংহত শিশু উন্নয়ণ প্ৰকল্প বিষয়া কাৰ্য্যালয়ৰ অন্তৰ্গত ৪১ নং ফকিৰানীৰঝাৰ দ্বিতীয় খণ্ড গাঁৱৰ অংগণাবাদী কেন্দ্ৰৰ কৰ্মীৰ বিৰুদ্ধে উত্থাপিত হৈছে ব্যাপক অনিয়মৰ অভিযোগ।