মাটিয়া: নৱাগত শিমলীতোলা জিলা পৰিষদৰ নৱনিৰ্বাচিত সদস্য আলমিনা বেগমক সম্বৰ্ধনা জনায় বিধায়ক আব্দুৰ ৰছিদ মণ্ডলে
Matia, Goalpara | May 19, 2025 নৱাগত শিমলীতোলা জিলা পৰিষদৰ নৱনিৰ্বাচিত সদস্য আলমিনা বেগমক সম্বৰ্ধনা জনায় বিধায়ক আব্দুৰ ৰছিদ মণ্ডলে। গোৱালপাৰা পশ্চিম সমষ্টিৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলে আজি নৱাগত শিমলীতোলাত ফাৰুক প্ৰধানীৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ পত্নী তথা নৱাগত শিমলীতোলা জিলা পৰিষদৰ নৱনিৰ্বাচিত সদস্য আলমিনা বেগমক সম্বৰ্ধনা জনায়। ইয়াৰ পিছত বিধায়ক গৰাকীয়ে সূতাৰ পাৰাৰ পোকালাগিত মনোৱাৰ হুছেইনৰ গৃহত উপস্থিত হয়।মনোৱাৰ হুছেইনৰ পুত্ৰ ছুমন আকতাৰক সম্বৰ্ধনা জনায়।